বাপুজী
যাৰ নিৰস্ত্ৰ প্ৰবল শক্তি তথা সততা, সত্যৰে সমৃদ্ধ বিচক্ষণতাৰ সমূখত নতশিৰে হাৰ মানিছিল ইংৰাজে।
সত্যান্বেষী, মানৱপ্ৰেমৰ প্ৰতিমূৰ্তি জাতিৰ পিতা মহাত্মা গান্ধীক তেখেতৰ জন্মজয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
মহামানৱৰ মানৱ স্নেহ, সেৱা, ঈশ্বৰ পৰায়ণতা বিশ্বৰ বুকুতেই অনন্য। বিশ্বৰ এই গৰাকী সৰ্বশ্ৰেষ্ঠ মনিষীৰ আদৰ্শৰ বাটেৰে দেশ সমৃদ্ধ হৈ ৰওঁক, অনন্য শক্তিশালী হৈ ৰওঁক সদায়, আজিৰ দৰেই..