নম্ৰ, বিনয়ী, প্ৰৱল আত্মশক্তিৰ অন্যতম প্ৰতীক স্বৰূপ দেশৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী ভাৰতৰত্ন লালাবাহাদুৰ শাস্ত্ৰী দেৱক তেখেতৰ জন্মদিৱসত সশ্ৰদ্ধ প্ৰণাম জনালোঁ।

নম্ৰ, বিনয়ী, প্ৰৱল আত্মশক্তিৰ অন্যতম প্ৰতীক স্বৰূপ দেশৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী ভাৰতৰত্ন লালাবাহাদুৰ শাস্ত্ৰী দেৱক তেখেতৰ জন্মদিৱসত সশ্ৰদ্ধ প্ৰণাম জনালোঁ।May be an image of 1 person and text that says "'জয় জবান, জয় কিষান' স্বাধীনতা সংগ্রামৰ সংগ্রামী, দেশব প্রাক্তন প্রধানমন্ত্রী, ভাবতবত্ন লাল বাহাদুব শাস্ত্রী দেরব জন্মজয়ন্তীত তেখেতক গভীব শ্রদ্ধা নিবেদিছোঁ /RanKDs www.ranjeetkrdas.in"

তেখেতৰ বিচক্ষণতাৰে ভৰা সেৱাই দেশবাসীক সদায় অনুপ্ৰাণিত কৰি আহিছে।