জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী আৰু স্বচ্ছ ভাৰত দিৱস উপলক্ষে আজি বঙাইগাঁও জিলাত আজি বাপুজীক পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ৷
বাপুজীৰ জন্মজয়ন্তীৰ দিনটো দেশত ‘স্বচ্ছ ভাৰত দিৱস’ হিচাবে উদযাপন কৰি অহা হৈছে ৷ আজিৰ এই পবিত্ৰ দিনটোত আহক আমি সকলোৱে সংকল্পবদ্ধ হওঁ পৰিস্কাৰ-পৰিচ্ছন্ন এখন সুন্দৰ ভাৰত গঢ়াৰ ৷