অভিভাৱক মন্ত্ৰী হিচাবে আজি বঙাইগাঁও জিলাত ক’ভিড-১৯ ত প্ৰাণহানি হোৱা ১৩ গৰাকী লোকৰ নিকটাত্মীয়ক “প্ৰাৰ্থনা” আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰোঁ ৷
উল্লেখযোগ্য যে, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷
মই আশা কৰিছোঁ, এই ধনৰাশিয়ে মৃতকৰ আত্মীয় স্বজনক আৰ্থিক ভাৱে কিছু পৰিমাণে হ’লেও সকাহ প্ৰদান কৰিব ৷
Under Prarthana Scheme initiated by HCM Dr @himantabiswa dangoria, & as a guardian minister, I distributed one-time financial assistance cheques to the kin of Covid-19 victims in Bongaigaon district.
I hope this amount will provide some relief to the family of the deceased.