আজি দেশৰ সন্মানীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ চিন্তাশৈলীক অনুসৰণ কৰি শেহতীয়াকৈ ‘স্বচ্ছ ভাৰত মিছন নগৰ ২.০ আৰু অমৃত ২.০’ মিছনৰ শুভাৰম্ভণি কৰে। আজি দেশৰ সন্মানীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ চিন্তাশৈলীক অনুসৰণ কৰি শেহতীয়াকৈ ‘স্বচ্ছ ভাৰত মিছন নগৰ ২.০ আৰু অমৃত ২.০’ মিছনৰ শুভাৰম্ভণি কৰে। ভিডিঅ’ কনফাৰেঞ্চ যোগে এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি আনন্দিত হৈছোঁ। সকলো চহৰক আৱৰ্জনামুক্ত কৰি ৰখাৰ উদ্দেশ্যে তথা জনসংৰক্ষণৰ লক্ষ্য আগত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছে ‘স্বচ্ছ ভাৰত মিছন নগৰ ২.০ আৰু অমৃত ২.০’ মিছন। উল্লেখিত দুই মিছনৰ আন কেতবোৰ উদ্দেশ্য হৈছে ক্ৰমেঃ ‘অমৃত ২.০’ ৰ অধীনত প্ৰায় ২.৬৪ কোটি নৰ্দমা সংযোগ প্ৰদান ‘জল জীৱন মিছন’ ৰ অধীনত প্ৰায় ২.৬৮ কোটি টেপ সংযোগ প্ৰদান ৫০০ খন অমৃত চহৰত নৰ্দমা আৰু চেপ্তেজৰ ১০০ শতাংশ আৱৰণ প্ৰদান প্ৰায় ৪,৭০০ নগৰীয়া স্থানীয় সংস্থাৰ সকলো পৰিয়াললৈ ১০০ শতাংশ খোৱা পানীৰ ব্যৱস্থা চহৰাঞ্চলৰ ১০.৫ কোটিৰো অধিক লোকক উক্ত আঁচনি দুখনৰ দ্বাৰা লাভাম্বিত কৰাৰ প্ৰচেষ্টা আজি মুকলি কৰা আঁচনি দুখনৰ জৰিয়তে অভিনৱ সিদ্ধান্ত গ্ৰহণ কৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ‘স্বচ্ছ ভাৰত মিছন নগৰ ২.০ আৰু অমৃত ২.০’ মিছন ৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণ উপকৃত হ’ব বুলি মই আশাবাদী। Towards cleaner, healthier & sustainable cities Under the able leadership of Hon’ble PM Shri Narendra Modi dangoria, launch of Swachh Bharat Mission – Urban 2.0 & AMRUT 2.0 promises cleaner rivers & immaculate cities. Let’s do our part to contribute to this mission. Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more