আজি অসম গণ পৰিষদ বঙাইগাঁও জিলা কাৰ্যালয়ত অনুষ্ঠিত এখনি সভাত উপস্থিত থাকোঁ।

আজি অসম গণ পৰিষদ বঙাইগাঁও জিলা কাৰ্যালয়ত অনুষ্ঠিত এখনি সভাত উপস্থিত থাকোঁ। মোৰ সৈতে এই অনুষ্ঠানত অসম গণ পৰিষদ দলৰ বঙাইগাঁও জিলা সভাপতি শ্ৰী বিজয় সিংহৰ লগতে বিজেপি দলৰ সভানেত্ৰী শ্ৰীমতী হিমানী অধিকাৰী উপস্থিত থাকে।

ৰাজ্যখনক সৰ্বাংগ সুন্দৰ কৈ গঢ় দি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযোগিতা প্ৰদানৰ বাবে সভাত উপস্থিত বিষয়ববীয়া তথা কাৰ্যকৰ্তা সকলক আহ্বান জনাওঁ। আমি ঐক্যবদ্ধ হৈ কাম কৰিলে আমাৰ ৰাজ্যখন সামগ্ৰিক দিশৰ পৰা উন্নতিৰ উৰ্দ্ধগামী পথলৈ গতি কৰিব বুলি মই দৃঢ়বিশ্বাসী।