আজি বৰপেটা জিলাত অভিভাৱক মন্ত্ৰী হিচাবে ক’ভিড-১৯ ত স্বৰ্গগামী হোৱা ১৪ গৰাকী ব্যক্তিৰ নিকটাত্মীয়ক “প্ৰাৰ্থনা” আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰোঁ ৷
আজিৰ এই বিতৰণ কাৰ্যসূচীত মোৰ সৈতে বৰপেটা জিলাৰ উপায়ুক্ত উপস্থিত থাকে।
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এই ‘প্ৰাৰ্থনা’ আঁচনি খনে মৃতকৰ আত্মীয় স্বজনক আৰ্থিকভাৱে সকাহ প্ৰদান কৰিব বুলি মই আশাবাদী।