হস্তীৰ কন্যা , আজি তেখেতৰ জন্মবাৰ্ষিকীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।

হস্তীৰ কন্যা🙏

গোৱালপৰীয়া লোক সংগীতৰ মাজেৰে আমাৰ সাংস্কৃতিক-সংগীতৰ জগত খনক সাৱলীলভাৱে নিজৰ অমূল্য অৱদানেৰে এক সুকীয়া পৰিচয় দি থৈ গৈছে গোৱালপৰীয়া লোক সংগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা ডাঙৰীয়ানীয়ে।May be an image of 1 person and text

আজি তেখেতৰ জন্মবাৰ্ষিকীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।

অমিয়া সুৰেৰে সমৃদ্ধ হৃদয়পৰশা কণ্ঠৰে মহান শিল্পী গৰাকীয়ে আমাৰ লোক সংস্কৃতি-সংগীতক সম্ভ্ৰান্ত কৰি থৈ গৈছে।