আপোনালোক সকলোৰে আজিৰ দিনটো শুভ আৰু মঙ্গলময় হওঁক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ

#সুপ্ৰভাত#GoodMorning

“এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে৷ তাৰ প্ৰকৃত কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে৷” — ঋকবেদ৷

সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে আজিৰ দিনটো শুভ আৰু মঙ্গলময় হওঁক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ