“।। য়া দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা ।।।। নমঃতস্মৈ নমঃতস্মৈ নমঃতস্মৈ নমো নমঃ ।।”

অশুভ আসুৰিৰ শক্তি বিনাশী ধৰাৰ বুকুত শান্তি প্ৰদানাৰ্থে মা দূৰ্গাৰ আজি আগমন হ’ব মৰতলৈ… এই পবিত্ৰ ক্ষণত ভক্তপ্ৰাণ ৰাইজলৈ শুভেচ্ছা জনোৱাৰ লগতে সকলোৰে মংগল কামনা কৰিছোঁ ৷
লগতে বিশ্বব্যাপী অব্যাহত থকা মহামাৰীৰ সংকটৰ পৰা আমাক সকলোকে পৰিত্ৰাণ দিয়াৰ অৰ্থে দুৰ্গতিনাশিনী মা দূৰ্গাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা জনাইছোঁ।
মাৰ আশীৰ্বাদে সকলোকে সু-স্বাস্থ্য, আনন্দপূৰ্ণ জীৱন প্ৰদান কৰক। দহ আৰু দেশৰ সমৃদ্ধি কামনা কৰিলোঁ ।