“সময়ৰ সদব্যৱহাৰৰ অৰ্থ হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি বাছি উলিওৱা আৰু উচিত মতে কাম কৰি যোৱা ৷”
সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে মঙ্গল কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷
প্ৰতিদিনৰ দৰেই আজিও পুৱাতেই কিছু সময় প্ৰাতঃভ্ৰমণ কৰাৰ লগতে শৰীৰচৰ্চা কৰি দিনটোৰ কাৰ্যসূচীলৈ প্ৰস্তুত হৈছোঁ ৷