আগন্তুক উপ-নিৰ্বাচন হেতু বিজেপিৰ মিত্ৰদল ইউপিপিএলৰ তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্ৰী জুলেন দৈমাৰীৰ মনোনয়ন দাখিল কৰাৰ সময়ত উপস্থিত থাকি আনন্দিত হৈছোঁ। এই বিশেষ মুহূৰ্তত মোৰ লগতে বি.টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।
আজি মনোনয়ন দাখিল কৰা এই শুভক্ষণত শ্ৰী জুলেন দৈমাৰীক আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আগন্তুক উপ-নিৰ্বাচনত তেখেতে বিপুল ভোটত জয় সাব্যস্ত কৰি ৰাইজৰ সেৱাত ব্ৰতী হ’ব বুলি মই নিশ্চিত ৷