আগন্তুক বিধান সভাৰ উপ-নিৰ্বাচনত ৪১ নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্ৰী ফনীধৰ তালুকদাৰ মনোনয়ন দাখিল অনুষ্ঠানত উপস্থিত থাকোঁ ৷

আগন্তুক বিধান সভাৰ উপ-নিৰ্বাচনত ৪১ নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্ৰী ফনীধৰ তালুকদাৰ মনোনয়ন দাখিল অনুষ্ঠানত উপস্থিত থাকোঁ ৷

এই অনুষ্ঠানত ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰী Bhabesh kalita ভবেশ কলিতা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী Pramod Boro, সতীৰ্থ মন্ত্ৰী শ্ৰী Pijush Hazarika, শ্ৰী ইউ.জি. ব্ৰহ্মৰ লগতে দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে ৷

সভাত ৰাইজৰ বিপুল সঁহাৰি আৰু স্বতঃস্ফুট সমৰ্থন দেখি আপ্লুত হ’লো ৷ আগন্তুক উপ-নিৰ্বাচনত ভৱানীপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে বিজয় সাব্যস্ত কৰিব বুলি ৰাইজৰ উদ্যম তথা উৎসাহে আজি নিশ্চিতি প্ৰদান কৰিলে ৷

BJP Assam PradeshBharatiya Janata Party (BJP)