“যি কাম কৰা মনপুতি কৰা। কামৰ মাজত নিজকে পাহৰি যোৱা। সাধনা কৰা আৰু সাধনাৰ মাজতেই নিজক বিলীন কৰা।”

#সুপ্ৰভাত#GoodMorning

“যি কাম কৰা মনপুতি কৰা। কামৰ মাজত নিজকে পাহৰি যোৱা। সাধনা কৰা আৰু সাধনাৰ মাজতেই নিজক বিলীন কৰা।”

আমাৰ জীৱনৰ সফলতাৰ মূলমন্ত্ৰ হৈছে ‘সাধনা’। সাধনাৰ দ্বাৰাই এগৰাকী ব্যক্তি সফলতাৰ শিখৰলৈ উঠে ৷ গতিকে, প্ৰতিটো পুৱা মই দিনযোৰা কাৰ্যসূচীৰ বাবে নিজৰ লগত অকণমান সময় অতিবাহিত কৰি মনটোক স্থিৰ কৰিবলৈ প্ৰয়াস কৰোঁ।

প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চাৰে নিজৰ দিনটোৰ আৰম্ভণি কৰাৰ লগতে আপোনালোকৰ আজিৰ দিনটো যাতে সফল হয়, তাৰেই কামনা কৰিছোঁ।