“লক্ষ্য সম্পৰ্কে সততে সচেতন হোৱাটোৱেই সাধনাৰ মূলমন্ত্ৰ ৷”
সকলোকে পুৱাৰ সম্ভাষণ জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ আপোনালোক সকলোৰে মঙ্গল কামনা কৰিছোঁ ৷
শৰতৰ এটি সুন্দৰ পুৱাত দৈনিক অভ্যাস অনুসৰি প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি মনত এক অনাবিল আনন্দ অনুভৱ কৰিছোঁ ৷ পুৱাৰ এই নিৰ্মল বতাহজাকে দিনটোৰ বাবে মোক মানসিক তথা শাৰিৰীক ভাৱে সতেজ কৰি নিজ কৰ্ম সম্পাদন কৰিবলৈ উদ্যম প্ৰদান কৰিলে ৷