“একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ’ব পাৰে ৷” আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

#সুপ্ৰভাত#GoodMorning

“একমাত্ৰ পৰিশ্ৰমী লোকেহে বিজয়ী হ’ব পাৰে ৷”

আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ ঈশ্বৰে সকলোকে মঙ্গল কৰক ৷

যিহেতু আজি নলবাৰীত অনুষ্ঠিত হ’বলগীয়া “অন্ন মহোৎসৱ” ত উপস্থিত থাকিম, সেয়েহে পুৱাতেই প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনযোৰা কাৰ্যসূচীৰ বাবে নিজকে সাজু কৰিছোঁ ৷