শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাঅষ্টমীৰ পুৱাত ভক্তপ্ৰাণ ৰাইজক সুপ্ৰভাত জনাইছোঁ ৷ লগতে কামনা কৰিছোঁ মা দুৰ্গাই আপোনালোক সকলোৰে মঙ্গল সাধন কৰক ৷

#সুপ্ৰভাতঃ#GoodMorning

শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাঅষ্টমীৰ পুৱাত ভক্তপ্ৰাণ ৰাইজক সুপ্ৰভাত জনাইছোঁ ৷ লগতে কামনা কৰিছোঁ মা দুৰ্গাই আপোনালোক সকলোৰে মঙ্গল সাধন কৰক ৷

অভিভাৱক মন্ত্ৰী হিচাবে কালি আহি ধুবুৰীত উপস্থিত হৈছোঁ আৰু দিনটোৰ কাৰ্যসূচীৰ বাবে পুৱাতেই নিজকে প্ৰস্তুত কৰিছোঁ ৷

আজি দিনৰ ভাগত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধুবুৰীত আহি উপস্থিত হ’ব ৷ আমি দুয়োজনে আজি ধুবুৰী জিলাবাসী ৰাইজৰ সৈতে কেইবাখনো পূজা স্থলীত মা দুৰ্গাৰ চৰণত সেৱা আগবঢ়োৱাৰ লগতে গোটেই দিনটো আৰু নিশাও ধুবুৰীবাসী ৰাইজৰ লগত কটাম ৷