জনতাৰ নিৰন্তৰ সেৱাই, উন্নয়ন ত্বৰান্বিতকৰণৰে সমৃদ্ধিশালী অসম গঢ়াৰ প্ৰথম চৰ্ত।

জনতাৰ নিৰন্তৰ সেৱাই,

উন্নয়ন ত্বৰান্বিতকৰণৰে সমৃদ্ধিশালী অসম গঢ়াৰ প্ৰথম চৰ্ত।

ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে আজি মোৰ কাৰ্যালয়ত উপস্থিত থাকি জিলাখনৰ বিভিন্ন উন্নয়নমূলক কামৰ নিৰীক্ষণ কৰাৰ লগতে মোৰ দায়িত্বত থকা যাৱতীয় কাম-কাজ খিনি সমাপণ কৰোঁ ৷