শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে আজি মহাঅষ্টমীৰ দিনা ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে ধুবুৰী জিলাত বহুকেইখন পূজাস্থলীত উপস্থিত হৈ মা দুৰ্গাৰ দৰ্শন লাভ কৰোঁ ৷ শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে আজি মহাঅষ্টমীৰ দিনা ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে ধুবুৰী জিলাত বহুকেইখন পূজাস্থলীত উপস্থিত হৈ মা দুৰ্গাৰ দৰ্শন লাভ কৰোঁ ৷ আজি দৰ্শন কৰা পূজাস্থলী সমূহ- তমৰহাট বজাৰ তমৰহাট গৌৰীপুৰ টাউনৰ সমূহ পূজাস্থলী ধুবুৰী টাউনৰ সমূহ পূজাস্থলী মহাশক্তি, দুৰ্গতিনাশিনী মা দুৰ্গাৰ চৰণত ৰাজ্যবাসীৰ মঙ্গল কামনা কৰি প্ৰাৰ্থনা জনোৱাৰ লগতে এখন সমৃদ্ধিশালী অসম গঢ়াৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন কৰ্ম সম্পাদন কৰি যাবলৈ মা দুৰ্গাৰ আশিস কামনা কৰি সেৱা আগবঢ়াওঁ ৷ Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more