“কোনো মানুহেই পিছলৈ উভতি গৈ এটা নতুন আৰম্ভণি কৰিব নোৱাৰে সকলোৱে বৰ্তমানৰ পৰাই আৰম্ভণি কৰিব লাগিব আৰু এটা নতুন সামৰণিৰ কাৰণে চেষ্টা কৰিব লাগিব।”

#সুপ্ৰভাত#GoodMorning

“কোনো মানুহেই পিছলৈ উভতি গৈ এটা নতুন আৰম্ভণি কৰিব নোৱাৰে সকলোৱে বৰ্তমানৰ পৰাই আৰম্ভণি কৰিব লাগিব আৰু এটা নতুন সামৰণিৰ কাৰণে চেষ্টা কৰিব লাগিব।”

ভক্তপ্ৰাণ ৰাইজক শাৰদীয় দুৰ্গোৎসৱৰ আজি মহানৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷

আজি ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত পাটাছাৰকুছি দুৰ্গা পূজাস্থলীত পুৱা ৮ বজাত মা দুৰ্গাৰ আশিস কামনা কৰি সেৱা আগবঢ়াম ৷