মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে আজি ধুবুৰীস্থিত “শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব জী গুৰুদ্বাৰ” ত উপস্থিত হৈ এভাগি সেৱা আগবঢ়াওঁ ৷

শিখ সকলৰ উপাসনাস্থলী এই গুৰুদ্বাৰত ৰাজ্যবাসীৰ মঙ্গল কামনা কৰি প্ৰাৰ্থনা জনোৱাৰ লগতে কিছু সময় আধ্যাত্মিক পৰিৱেশত অতিবাহিত কৰি মনত প্ৰশান্তি লভিলোঁ ৷