পাটাছাৰকুছিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে মহানৱমী উপলক্ষে মা দুৰ্গাৰ চৰণত সেৱা নিবেদন শুভ মহা নৱমী

পাটাছাৰকুছিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে মহানৱমী উপলক্ষে মা দুৰ্গাৰ চৰণত সেৱা নিবেদন

শুভ মহা নৱমী🕉️May be an image of 5 people, people standing and people sitting

আজি মহা নৱমীৰ শুভক্ষণত ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে ১০৪ বৰ্ষ গৰকা পাটাছাৰকুছি দুৰ্গা পূজাস্থলীত উপস্থিত হৈ মা দুৰ্গাৰ অভয় চৰণত ৰাজ্যবাসীৰ কুশল-মংগল কামনাৰে ভক্তি অঞ্জলি অৰ্পণ কৰোঁ।

ঐতিহাসিক এই পূজা স্থলীত ধৰ্মপ্ৰাণ ৰাইজৰ সংগ আৰু পূজাস্থলীৰ আধ্যাত্মিক পৰিৱেশে মুগ্ধ কৰিলে। মহানৱমীৰ এই পবিত্ৰ ক্ষণত সকলোৰে জীৱনত সুখ-শান্তি-সমৃদ্ধিৰ শুভ সময় কামনাৰে “মা” ৰ কৃপাদৃষ্টি কামনা কৰোঁ।