গুৰুজনাৰ জন্মোৎসৱত ভকত বৈষ্ণৱৰ সৈতে নামত অংশগ্ৰহণ কৰি মহাপুৰুষ জনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰোঁ ৷ আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পুণ্য আবিৰ্ভাৱ তিথি উপলক্ষে সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাচকুৰি গাঁৱৰ “শ্ৰী শ্ৰী শঙ্কৰদেৱ নামঘৰ” ত আয়োজন কৰা গুৰুজনাৰ জন্মোৎসৱত ভকত বৈষ্ণৱৰ সৈতে নামত অংশগ্ৰহণ কৰি মহাপুৰুষ জনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰোঁ ৷ https://ranjeetkrdas.in/wp-content/uploads/2021/10/245509633_978437872718558_5972811748629438109_n.mp4 Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more