সকলোকে সুপ্ৰভাত জনাইছোঁ ৷ আপোনালোক সকলোৰে মঙ্গল কামনা কৰি আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷
বাঘমাৰা আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যােগত আয়োজিত এক এথ্লেটিকচ প্ৰশিক্ষণ শিবিৰত আজি কিছু সময় অংশ লৈ ক্ৰীড়াপ্ৰেমী সকলৰ সৈতে কিছু ভাল লগা সময় অতিবাহিত কৰিলোঁ আৰু তেখেত সকলক উৎসাহ প্ৰদান কৰোঁ ৷
ক্ৰীড়াৰ প্ৰতি সকলোৰে উৎসাহ আৰু আগ্ৰহ দেখি আজিৰ পুৱাটো অনন্য ৰূপে সমৃদ্ধ হ’ল ।