আজি মই সৰভোগৰ শঙ্কৰদেৱ নামঘৰত জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে আয়োজন কৰা জন্মোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেৰাৰ অভয় চৰণত ভক্তিভৰা সেৱা জনাওঁ।

ইয়াৰোপৰি, বৰপেটাৰোডৰ দুৰ্গাবাৰী কালিবাৰীত এমাহ জোৰা কাৰ্যসূচীৰে আয়োজন হোৱা ‘ভাগৱত আৰু কীৰ্ত্তন পাঠ’ ৰ উদ্বোধনী অনুষ্ঠানত অংশ লওঁ ৷