অসমৰ ক্ৰীড়াক্ষেত্ৰৰ প্ৰবাদ প্ৰতীম সংগঠক,”দা আছাম ট্ৰিবিউন-দৈনিক অসম” বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা, বিশিষ্ট সমাজকৰ্মী, সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা দেৱক তেখেতৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ ।
ৰাজ্য খনৰ সমাজ জীৱনলৈ তেখেতৰ অৱদান অতুলনীয়। বহুমুখী প্ৰতিভাধৰ বৰুৱা দেৱৰ অমূল্য অৱদানে ৰাজ্য খনৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনক বিশেষ ভাৱে এক অনন্য গতি প্ৰদান কৰি থৈ গৈছে।