“মানুহে তোমাক নাজানে বুলি আক্ষেপ নকৰিবা। এনেভাৱে কাম কৰি যোৱা যাতে তুমি মানুহে জানিবৰ যোগ্য হোৱা ।”
সকলোকে সুপ্ৰভাত জনাইছোঁ ৷
আপোনালোক সকলোৰে মঙ্গল কামনা কৰি আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷
শৰতৰ এটি সুন্দৰ পুৱাত দিনটোৰ বিভিন্ন কাৰ্যসূচীৰ বাবে প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি নিজকে সাজু কৰিছোঁ ৷