“অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজিয়েই হ’ল জ্ঞানৰ প্ৰকৃত উৎস ৷”
সকলোকে পুৱাৰ সম্ভাষণ জনোৱাৰ লগতে সকলোৰে কুশল কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷
ৰাইজৰ নিৰৱচ্ছিন্ন সেৱাৰ স্বাৰ্থত নিজক সুস্থ আৰু সবল কৰি ৰখাৰ বাবে দৈনিক প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰাৰ প্ৰচেষ্টা আজিও অব্যাহত ৰাখিছোঁ ৷