আগন্তুক উপ-নিৰ্বাচন উপলক্ষে আজি তামুলপুৰ সমষ্টিৰ গান্ধীবাৰী আৰু ৰামেচুবুৰী বজাৰৰ দোকানে দোকানে গৈ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ হৈ প্ৰচাৰ চলাওঁ ৷

আগন্তুক উপ-নিৰ্বাচন উপলক্ষে আজি তামুলপুৰ সমষ্টিৰ গান্ধীবাৰী আৰু ৰামেচুবুৰী বজাৰৰ দোকানে দোকানে গৈ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ হৈ প্ৰচাৰ চলাওঁ ৷ এই প্ৰচাৰ কাৰ্যসূচীত মোক সংগ প্ৰদান কৰে জিলা সভাপতি শ্ৰী ভিক্টৰ দাস আৰু EM Dr. Nilut Swargiary কে আদি কৰি দলৰ কাৰ্যকৰ্তা সকলে ৷

ক্ৰেতা-বিক্ৰেতা সকলোৰে সৈতে মত বিনিময় কৰি মই নিশ্চিত হৈছোঁ যে আগন্তুক দিনত তামুলপুৰ সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে বিপুল ভোটত জয়লাভ কৰিব ৷