আজি লক্ষ্মীপূজা উপলক্ষে ৮৫ সংখ্যক বামুণপাৰা মাজৰখাট পুখুৰীপাৰা শ্ৰীশ্ৰী লক্ষ্মীপূজা মহোৎসৱত উপস্থিত হৈ “মা লক্ষ্মী” ক ভক্তিভৰা সেৱা আগবঢ়াওঁ ৷

“ওঁ বিশ্বৰূপস্য ভাৰ্য্যাসি পদ্মে পদ্মালয়ে শুভে।সৰ্ব্বতঃ পাহি মাং দেৱী মহালক্ষ্মী নমোহস্তুতে ॥”

আজি লক্ষ্মীপূজা উপলক্ষে ৮৫ সংখ্যক বামুণপাৰা মাজৰখাট পুখুৰীপাৰা শ্ৰীশ্ৰী লক্ষ্মীপূজা মহোৎসৱত উপস্থিত হৈ “মা লক্ষ্মী” ক ভক্তিভৰা সেৱা আগবঢ়াওঁ ৷May be an image of 1 person and standing

“মা লক্ষ্মী” ৰ আশীৰ্বাদত ভক্তসকলৰ সকলো অপায়-অমঙ্গল, দুখ-অশান্তি তথা অভাৱ-অনাটন দূৰ হৈ সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক তাকে কামনা কৰিছোঁ ৷