ভক্তিৰসত বিলীন হোৱাৰ এক বিশেষ মুহূৰ্তত …..

ভক্তিৰসত বিলীন হোৱাৰ এক বিশেষ মুহূৰ্তত …..

তামুলপুৰ বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতো আজি নিজৰ সমষ্টিত আহি বৃহত্তৰ নিত্যানন্দ অঞ্চলত অনুষ্ঠিত হোৱা লক্ষ্মী পূজাৰ নাম প্ৰসঙ্গত অংশগ্ৰহণ কৰি ভক্তিৰসত বিলীন হওঁ ৷