“কংগ্ৰেছ দলৰ কেৱল বক্তব্যৰহে প্ৰত্যাহ্বান, আচল ৰণক্ষেত্ৰত এইবোৰ একো নাই ৷ তামুলপুৰত বিৰোধী কোনো ফেক্টৰ নহয়, মিত্ৰজোঁটৰ বিজয় নিশ্চিত

“কংগ্ৰেছ দলৰ কেৱল বক্তব্যৰহে প্ৰত্যাহ্বান, আচল ৰণক্ষেত্ৰত এইবোৰ একো নাই ৷ তামুলপুৰত বিৰোধী কোনো ফেক্টৰ নহয়, মিত্ৰজোঁটৰ বিজয় নিশ্চিত ৷”তামুলপুৰ বিধানসভা সমষ্টিত আগন্তুক উপ-নিৰ্বাচন উপলক্ষে চলি থকা নিৰ্বাচনী প্ৰচাৰৰ মাজতে সংবাদ মাধ্যমৰ সৈতে হোৱা মোৰ কিছু কথোপকথন ৷