সকলোকে সুপ্ৰভাত জনাইছো ৷ আপোনালোক সকলোৰে কুশল হওঁক, মঙ্গল হওঁক তাৰেই কামনা কৰিছোঁ ৷

#সুপ্ৰভাত#GoodMorning

সকলোকে সুপ্ৰভাত জনাইছো ৷ আপোনালোক সকলোৰে কুশল হওঁক, মঙ্গল হওঁক তাৰেই কামনা কৰিছোঁ ৷

অসম বিধানসভাৰ উপ-নিৰ্বাচন সমাগত, তাৰবাবে প্ৰস্তুতিও যথেষ্ট কৰিবলগীয়া হৈছে ৷ সেয়েহে মই নিজেও শৰীৰচৰ্চা কৰি নিজক সুস্থ ৰাখিছো আৰু কাৰ্যকৰ্তা সকলকো নিজকে সুস্থ সবল কৰি ৰাখিবলৈ আহ্বান জনাইছোঁ ৷May be an image of 1 person, standing and text that says "মোব আজিব দিনটোৰ ২৩ অক্টোবব, ২০২১ তাৰিখ, শনিবাবব কার্যসূচী সমূহঃ পুরা ১০.৩০ বজাত স্থানঃ নাগ্রিজুলী স্থানীয় বজাবত নির্বাচনী প্রচাৰ বিয়লি বজাত স্থানঃ শুক্লাই চেবফাং মাননীয় মুখ্যমন্ত্রী ডাঙবীয়াব উপস্থিতিত নির্বাচনী সভাত অংশগ্রহণ বিয়লি ৩ বজাত স্থানঃ দবঙাজুলি মাননীয় মুখ্যমন্ত্রী ডাঙবীয়াব উপস্থিতিত নির্বাচনী সভাত অংশগ্রহণ /RaneetKrDass サoグ www.ranjeetkrdas.in"

উল্লেখ্য যে, আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তামুলপুৰৰ শুক্লাই চেৰফাং আৰু দৰঙাজুলিত নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰিব ৷ পুৱা নাগ্ৰিজুলীৰ বজাৰত নিৰ্বাচনী প্ৰচাৰ কৰাৰ পিছত বিয়লি দুয়োখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিম ৷