নাগ্ৰিজুলীৰ বজাৰত জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ

নাগ্ৰিজুলীৰ বজাৰত জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ

তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰিজুলীৰ স্থানীয় বজাৰত ব্যৱসায়ী, গ্ৰাহক তথা স্থানীয় ৰাইজৰ সৈতে আগন্তুক উপ-নিৰ্বাচনৰ বিজেপি, ইউপিপিএল আৰু অগপৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাওঁ।

গ্ৰাহক-ব্যৱসায়ী সকলৰ সৈতে আন্তৰিক আলাপৰ মাজেৰে সমাপন হোৱা এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত তেখেত সকলৰ আন্তৰিক আগ্ৰহ আৰু সহযোগিতাই মোক অভিভূত কৰে। উল্লেখ্য যে, সমষ্টিৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীক বিপুল ভোটত জয়ী কৰিবলৈ তেখেত সকলক আহ্বান জনাওঁ।