৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰঙাজুলিত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত বিজেপি, ইউপিপিএল আৰু অগপৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লওঁ ।

তামুলপুৰৰ আকাশে-বতাহে এতিয়া বিজেপি মিত্ৰজোঁটৰ বিজয়ধ্বনি, তামুলপুৰৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ জলেন দৈমাৰী হ’ব সেনাপতি

৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰঙাজুলিত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত বিজেপি, ইউপিপিএল আৰু অগপৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লওঁ ।

সভাত ৰাইজৰ বিপুল সঁহাৰি, হৰ্ষোল্লাস আৰু অফুৰন্ত স্নেহে জলেন দৈমাৰীৰ বিজয় নিশ্চিত কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰগতিৰ সকলো আলোকেৰে তামুলপুৰক আলোকিত কৰি ৰাজ্যৰ অন্যতম সমষ্টি হিচাপে গঠন কৰিবলৈ আমি বদ্ধপৰিকৰ। উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰাত তামুলপুৰক শক্তিশালী ভাৱে অন্তৰ্ভুক্ত কৰিবলৈ জলেন দৈমাৰীৰ প্ৰতি সমষ্টি বাসীৰ বহুমূলীয়া ভোট প্ৰদান কৰিবলৈ বিনম্ৰতাৰে আহ্বান জনালোঁ ।

In synergy towards victory to uplift Tamulpur LAC

The massive response we received from the people of Darangajuli during our campaign in the presence of HCM Dr Himanta Biswa Sarma Dangoria for BJP, UPPL & AGP alliance candidate Shri Jalen Daimary, ignites hope for a brighter future.

BJP Assam Pradeshঅসম গণ পৰিষদ – Asom Gana Parishad -AGPUnited People’s Party Liberal -UPPL