সকলোকে সুপ্ৰভাত জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ আপোনালোক সকলোৰে কুশল হওঁক, মঙ্গল হওঁক তাকে কামনা কৰিছোঁ ৷

#সুপ্ৰভাত#GoodMorning

সকলোকে সুপ্ৰভাত জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ আপোনালোক সকলোৰে কুশল হওঁক, মঙ্গল হওঁক তাকে কামনা কৰিছোঁ ৷May be an image of 1 person and text that says "এটি বিশেষ আহ্বান মোব সচিবৰ নাম লৈ, সহায়কৰ নাম লৈ অথবা আমাৰ দলব কিছুমান দায়িত্বব নাম লৈ মোব নামত যদি কোনোবাই যি কোনো ব্যক্তি, বিষয়া-কর্মচাবীয়ে যদি টকা-পইচা সংগ্রহ কবে তেন্তে সেই বিষয়ে যাতে তৎকালীন ভাবে মোক হোরাটচ' এপ ৮৭৬-১৯৬-৮৮৯৪ যোগে যাতে জনায় তাৰ প্রতি বিনম্র আহ্বান জনাইছো আমালৈ হোরাটচএপত মেছেজত দর্নীতিব সবিশেষ তথ্য দাখিল কবক ৮৭৬-১৯৬-৮৮৯৪ 876-196-8894"

এটি বিশেষ আহ্বান এই যে, মোৰ সচিবৰ নাম লৈ, সহায়কৰ নাম লৈ অথবা আমাৰ দলৰ কিছুমান দায়িত্বৰ নাম লৈ মোৰ নামত যদি কোনোবাই যি কোনো ব্যক্তি, বিষয়া-কৰ্মচাৰীক যদি টকা-পইচা সংগ্ৰহ কৰে তেন্তে সেই বিষয়ে যাতে তৎকালীন ভাৱে মোক হোৱাটচ’এপ(876-196-8894) যোগে যাতে জনায় তাৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছোঁ।