আজি পূব মঙ্গলদৈৰ ২ নং মাজগাঁও (ডাকচকী)ত অনুষ্ঠিত হোৱা সদৌ অসম কেওট জাতীয় পৰিষদৰ অন্তৰ্গত দৰং জিলা কেওট জাতীয় পৰিষদৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন খনিত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ ৷
এই অধিৱেশন খনিত কেওট সম্প্ৰদায়ৰ ঐতিহ্য তথা কৃষ্টি-সংস্কৃতিৰ বিষয়ে বাৰেৰহণীয়া কাৰ্যসূচীৰে উপস্থাপন কৰা হৈছে ৷ ইয়াৰোপৰি, সম্প্ৰদায়টোৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপ সমূহৰ ওপৰতো আজিৰ সভাত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ৷
অধিৱেশনখনিত উপস্থিত থাকি বৰ্ণাঢ্য কাৰ্যসূচী উপভোগ কৰি আপ্লুত হোৱাৰ লগতে অধিৱেশন খনি সাফল্যমণ্ডিত হোৱাৰ কামনা কৰিলোঁ ৷
The uniqueness of different communities must be preserved.
Glad to be present at the first bi-annual session of All Assam Keot Jatiya Parishad held at Daksoki in Mangaldai.
Discussions were held regarding a comprehensive development of the Keot heritage & culture.