জলেন দৈমাৰীৰ নেতৃত্বত তামুলপুৰ এতিয়া প্ৰগতিৰ পথত…
আজি তামুলপুৰৰ কুমাৰীকাটা বজাৰত গ্ৰাহক ব্যৱসায়ীৰ মাজত মত বিনিময় কৰি তেখেতসকলৰ মনৰ বুজ লওঁ ৷ লগতে, উপ-নিৰ্বাচন উপলক্ষে নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী জলেন দৈমাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ বিনম্ৰ আহ্বান জনাওঁ ৷
এই কাৰ্যসূচীত মোক সংগ দিয়ে ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰী, EM শ্ৰী নিলোট স্বৰ্গীয়াৰী আৰু তামুলপুৰ জিলা বিজেপিৰ সভাপতি শ্ৰী ভিক্টৰ দাসকে প্ৰমুখ্য কৰি দলীয় কাৰ্যকৰ্তা সকলে ৷
Tamulpur is under a spell of positive change.
For the upcoming by-elections, met and exchanged views with the consumers and traders at the marketplace in Tamulpur. We strongly feel our alliance nominee Shri Jalen Daimary will come out victorious.