জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত “জল জীৱন মিছনে” ২৪ অক্টোবৰ, ২০২১ তাৰিখ অৰ্থাৎ কালিৰ দিনটোত সংযোগ প্ৰদান কৰিছে – ৫,৯৭৫ টা খোৱা পানীৰ টেপ ৷ উল্লেখ্য যে, “জল জীৱন মিছনে” ২৪ অক্টোবৰ, ২০২১ তাৰিখলৈকে সংযোগ প্ৰদান কৰা সৰ্বমুঠ খোৱা পানীৰ টেপৰ পৰিমাণ হৈছে ১৪ লাখ ৭৫ হাজাৰ ৭১৩ টা ৷
“জল জীৱন মিছন”ৰ সৈতে জড়িত সমূহ বিষয়া কৰ্মচাৰীক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত এই পৰিসংখ্যা অধিক হোৱাৰ কামনা কৰিছোঁ ৷




