সকলোকে সুপ্ৰভাত জনাইছোঁ, লগতে সকলোৰে মঙ্গল কামনা কৰিছোঁ ৷

#সুপ্ৰভাত#GoodMorning

সকলোকে সুপ্ৰভাত জনাইছোঁ, লগতে সকলোৰে মঙ্গল কামনা কৰিছোঁ ৷

নতুন উদ্যম তথা প্ৰশান্তি লাভ কৰাত পুৱাৰ সময়কণে বহুখিনি সহায় কৰে । বিভিন্ন বিষয়ৰ প্ৰাসংগিক দিশ সমূহ ভাবি চাবলৈ তথা নিজৰ শৰীৰটোক সুস্থ সবল কৰি ৰাখিবলৈ অকণমান সুস্থ বাতাবৰণৰ সৈতে অকলশৰীয়া সময়ৰ প্ৰয়োজন আমাৰ প্ৰত্যেকৰে হয়।

তামুলপুৰ বিধানসভা সমষ্টিৰ নাগ্ৰিজুলীত কাৰ্য্যকৰ্তা সকলৰ লগত প্ৰাতঃভ্ৰমণ কৰি দিনটোৰ বাবে সাজু হৈছোঁ।