নিৰ্বাচনেই হওঁক বা দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ ক্ষেত্ৰতেই হওঁক বুথৰ কাৰ্যকৰ্তা সকলৰ ভূমিকা অপৰিসীম ৷

নিৰ্বাচনেই হওঁক বা দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ ক্ষেত্ৰতেই হওঁক বুথৰ কাৰ্যকৰ্তা সকলৰ ভূমিকা অপৰিসীম ৷ আৰু বুথৰ কাৰ্যকৰ্তা সকলক পৰিচালনা কৰে বুথৰ সভাপতি গৰাকীয়ে ৷ গতিকে, তেওঁলোকৰ কষ্ট তথা ত্যাগক কেৱল ধন্যবাদ দিয়েই পৰিশোধ কৰিব নোৱাৰি ৷

সেয়েহে মই সময় সুবিধা পালেই বুথৰ সভাপতিৰ গৃহত উপস্থিত হোৱাৰ লগতে বহুসময়ত তেখেত সকলৰ বাসগৃহত নিশা বিশ্ৰামো কৰোঁ ৷ ইয়াৰ ফলত বুথৰ কাৰ্যকৰ্তা সকলে নতুন উদ্যম লাভ কৰে বুলি মোৰ বিশ্বাস ৷