সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ ভগৱানে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ কুশল কৰক, মঙ্গল কৰক তাকেই প্ৰাৰ্থনা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ #সুপ্ৰভাত#GoodMorning সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ ভগৱানে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ কুশল কৰক, মঙ্গল কৰক তাকেই প্ৰাৰ্থনা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ মই যিহেতু জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী সেয়েহে মোৰ বিভাগত হৈ থকা কামৰ খতিয়ান আপোনালোকক অৱগত কৰি থকাটো মোৰ নৈতিক দায়িত্ব ৷ সেয়েহে আজি ‘জল জীৱন মিছন’ ৰ অধীনত ৰাজ্যত সংযোগ প্ৰদান কৰি থকা খোৱা পানীৰ টেপৰ পৰিসংখ্যা আপোনাসৱক জনাবলৈ লৈছোঁ ৷ কালিৰ দিনটোত ৰাজ্যত খোৱা পানীৰ টেপ প্ৰদান কৰা হৈছে মুঠ ১২,৬৫৭ টা ৷ এতিয়ালৈকে সৰ্বমুঠ টেপ সংযোগ প্ৰদান কৰা হৈছে ১৪,৯৯,৭৩৪ টা ৷ ‘জল জীৱন মিছন’ ৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো প্ৰান্ততে খোৱা পানীৰ টেপ সংযোগ প্ৰদান কৰাৰ ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে নিজ কৰ্ম সম্পাদন কৰি আহিছে আৰু আগন্তুক দিনটো কৰি যাব ৷ Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more