৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আনন্দ বজাৰত আজি উপ-নিৰ্বাচন উপলক্ষে অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকোঁ ৷

উন্নয়নৰ স্বাৰ্থত তামুলপুৰত মিত্ৰজোঁটৰ বিজয় সুনিশ্চিত

৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আনন্দ বজাৰত আজি উপ-নিৰ্বাচন উপলক্ষে অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকোঁ ৷ এই সভাত মুখ্য অতিথি হিচাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে ৷

হিলদ’ল ভাঙি ওলাই অহা ৰাইজৰ জয়ধ্বনিৰ মাজত এই সভাত উপস্থিত থাকি অতিকৈ আপ্লুত হ’লো ৷ ৰাইজৰ এই আনন্দ উৎসাহে তামুলপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ বৃহৎ জয়ৰ সম্ভেদ দিলে ৷

উক্ত সভাত মোৰ সহিতে সতীৰ্থ মন্ত্ৰী শ্ৰী ইউ.জি. ব্ৰহ্ম, বিধায়ক সকল ক্ৰমে শ্ৰী দিগন্ত কলিতা, শ্ৰী জিতু গোস্বামী, শ্ৰী বিজয় মালাকাৰৰ লগতে দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে ৷

Our alliance towards the development of Tamulpur will seal the victory.

Hon’ble CM Dr Himanta Biswa Sarma Dangoria addressed the people as the Chief Guest at Anand Bazar, Tamulpur LAC no. 58.

Shri Jalen Daimary’s win is evident amidst the cheerful response of the people.

BJP Assam Pradeshঅসম গণ পৰিষদ – Asom Gana Parishad -AGPUnited People’s Party Liberal -UPPLUrkhao Gwra Brahma_OfficialDiganta KalitaJitu Goswami