“কাৰ্যকৰ্তা”, “কাৰ্যসূচী” “কাৰ্যালয়”, এই তিনিটা শব্দ সংগঠনৰ কাৰ্য্যক্ৰম সুচাৰু ৰূপে পৰিচালিত কৰিবলৈ অত্যন্ত প্ৰয়োজন

“কাৰ্যকৰ্তা”, “কাৰ্যসূচী” “কাৰ্যালয়”, এই তিনিটা শব্দ সংগঠনৰ কাৰ্য্যক্ৰম সুচাৰু ৰূপে পৰিচালিত কৰিবলৈ অত্যন্ত প্ৰয়োজন

আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত পাটাছাৰকুছি মণ্ডল, পাঠশালা নগৰ মণ্ডল, উত্তৰ-পূব বজালী মণ্ডল আৰু টিহু মণ্ডলত দলীয় কাৰ্যনিৰ্বাহক সভা সম্বোধন কৰোঁ ।

সভাত মণ্ডলৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তা সকলৰ সৈতে বিস্তৃত ভাৱে সাংগঠনিক দিশ সমূহ আলোচনা কৰোঁ । ইয়াৰ লগতে অসম চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনি সমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত দলীয় কাৰ্যকৰ্তা সকলৰ সহযোগিতা আগ্ৰহেৰে কামনা কৰোঁ ।May be an image of 8 people, people sitting, people standing and indoor

ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক পৰিকাঠামো অতি সবল হোৱাৰ অন্তৰালত সদায় মণ্ডলৰ কাৰ্যকৰ্তা সকলে অপৰিসীম ভূমিকা গ্ৰহণ কৰি আহিছে। আজিৰ সভা সমূহ সম্বোধন কৰি আটাইকেইটা মণ্ডলৰ সন্মানীয় সতীৰ্থ সকলৰ প্ৰতি সমগ্ৰ পাটাছাৰকুছিৰ দলীয় সাংগঠনিক পৰিকাঠামো সবল কৰাৰ ক্ষেত্ৰত অন্যতম ভূমিকা ল’বলৈ আহ্বান জনাওঁ।