আজি মোৰ নিজা সমষ্টি পাটাছাৰকুছিৰ অন্তৰ্গত বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ গৃহটিৰ নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰি অতিকৈ আনন্দিত হৈছোঁ ৷
এই গৃহটিয়ে ভৱিষ্যতে অঞ্চলটোৰ শিক্ষাৰ্থী সকলক স্নাতকোত্তৰ হোৱাত উপকৃত কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ।
এই শুভ উদ্বোধনী কাৰ্যসূচীত মোৰ সৈতে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° হোমেশ্বৰ দাস, বি. এইচ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক শ্ৰী মুনিন্দ্ৰ নাৰায়ণ গোস্বামী আৰু মছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী ৰবিন শৰ্মাকে প্ৰমুখ্য কৰি শিক্ষক কৰ্মচাৰীবৃন্দ আৰু শিক্ষাৰ্থী সকল উপস্থিত থাকে ৷
Improving our educational structures directly benefits students & teachers.
Pleased to inaugurate the Post Graduate Building at Bajali Teachers’ Training College, Patacharkuchi in the presence of the college’s Principal Dr. Homeswar Das Dangoria.