মাখিবাহা ক্ৰীড়া সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা ৫৪ তম্ তৰুণ দত্ত আৰু সতীশ হালৈ সোঁৱৰণী চলন্ত শ্বিল্ড – প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা-২০২১ ৰ আজি চূড়ান্ত খেলখনিৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ ৷
মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা আজিৰ চূড়ান্ত খেলখনত দুয়োটা দলৰ খেলুৱৈ সকলৰ দুৰ্দ্দান্ত প্ৰদৰ্শনে উপস্থিত ক্ৰীড়াপ্ৰেমী ৰাইজক যথেষ্ট মোহিত কৰিলে ৷ আজিৰ প্ৰতিযোগিতাৰ বিজয়ী দলটিক শুভেচ্ছা জনোৱাৰ লগতে দুয়ো দলৰ খেলুৱৈ সকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ ৷
মই আশা কৰিছোঁ, এই প্ৰতিযোগিতা খনিয়ে অঞ্চলটোৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰিব ।
Excellence through sportsmanship!
Inaugurated the final match of the 54th Tarun Dutta & Satish Haloi Memorial Running Shield-Prize Money Football Tournament-2021 held at Makhibaha Sports Association today.
My best wishes to all the players for a bright future.