আজি টিহুৰ মাখিবাহা অঞ্চলত জল জীৱন মিছনৰ কাম পৰিদৰ্শন কৰোঁ ৷

আজি টিহুৰ মাখিবাহা অঞ্চলত জল জীৱন মিছনৰ কাম পৰিদৰ্শন কৰোঁ ৷ সততে বহুতেই পাইপ বেয়া আৰু মাটি কমকৈ খুন্দা বুলি কয় ৷

সেয়েহে আজি মই নিজেই কামৰ নিৰীক্ষণ কৰি কাম সমূহৰ মানদণ্ড পৰীক্ষা কৰোঁ ৷ এই সময়ছোৱাত মোৰ সৈতে পঞ্চায়ত সভাপতি গৰাকী উপস্থিত থাকে ৷

আজি টিহু মাখিবাহা অঞ্চলত জল জীৱন মিছনৰ অধীনৰ কাম-কাজ সুন্দৰকৈ হৈ থকা দেখি মই সন্তুষ্টি লাভ কৰিছোঁ ৷

We are emphasizing on the quality under #JalJeevanMission

Visited Makhibaha, Tihu to monitor the progress of #JJM. To get a fair idea of people’s concerns of the quality of the work, inspected the pipes & excavations myself.

I was accompanied by the Panchayat President.

PMO IndiaCMO AssamMinistry of Jal Shakti, Department of Water Resources, RD & GRJal Jeevan Mission, IndiaJal Jeevan Mission, Assam