#সুপ্ৰভাত #GoodMorning “আমি যি জানাে সেয়া অতি নগণ্য। আমি যি নাজানাে তাৰ কোনো সীমা নাই। গতিকে নিজকে জ্ঞানী বুলি ভবা অনুচিত।”

#সুপ্ৰভাত#GoodMorning

“আমি যি জানাে সেয়া অতি নগণ্য। আমি যি নাজানাে তাৰ কোনো সীমা নাই। গতিকে নিজকে জ্ঞানী বুলি ভবা অনুচিত।”

এটি নতুন আৰু সুন্দৰ পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ কুশল হওঁক, মঙ্গল হওঁক তাকে কামনা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷