জি গোৱালপাৰাত প্ৰাতঃভ্ৰমণৰ সময়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ কেইটিমান নান্দনিক দৃশ্য কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ ।

#সুপ্ৰভাত#GoodMorning

“মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ

কতযুগ ধৰি আহিছে প্ৰকাশী

সমন্বয়ৰ অৰ্থ….”

– ড° ভূপেন হাজৰিকাMay be an image of nature, lake, ocean, sky and tree

আজি গোৱালপাৰাত প্ৰাতঃভ্ৰমণৰ সময়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ কেইটিমান নান্দনিক দৃশ্য কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ ।

সকলোকে পুৱাৰ সম্ভাষণ জনাইছো ৷ লগতে, সকলোৰে আজিৰ দিনটো সফল হোৱাৰ কামনা কৰিছোঁ ৷May be an image of lake, nature and tree