“আদিগুৰু শঙ্কৰাচাৰ্যৰ দ্বাৰা কৰা তপস্যা ভাৰতীয় সংস্কৃতিৰ বৰ্তমান স্বৰূপত আজিও বিদ্যমান ৷

“আদিগুৰু শঙ্কৰাচাৰ্যৰ দ্বাৰা কৰা তপস্যা ভাৰতীয় সংস্কৃতিৰ বৰ্তমান স্বৰূপত আজিও বিদ্যমান ৷ এনে এক সংস্কৃতি যি আঁকোৱালি লয়, সকলোৰে লগত একেলগে আগবাঢ়ে ৷ এই সংস্কৃতিয়েই হৈছে ভাৰতবৰ্ষৰ আধাৰ ৷ এয়া সংস্কৃতি যি সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰৰ ওপৰত বিশ্বাস ৰাখে ৷” – শ্ৰীযুত নৰেন্দ্ৰ মোদী, মাননীয় প্ৰধানমন্ত্ৰী ৷

মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়াই আজি কেদাৰনাথ কৰিড’ৰ শুভাৰম্ভণি কৰাৰ লগতে নিজৰ দৰ্শন, কাব্য আৰু তীৰ্থাটনৰ দ্বাৰা দেশক একগোট কৰা আদিগুৰু শঙ্কৰাচাৰ্যৰ সমাধি ক্ষেত্ৰ আৰু আৱক্ষ মূৰ্তিৰ শুভ উন্মোচন কৰে ৷ এই শুভক্ষণত আদিগুৰু শঙ্কৰাচাৰ্যই ভ্ৰমণ কৰা দেশৰ বিভিন্ন ধাৰ্মিক স্থানত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ লগতে আন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷

তাৰপৰিপ্ৰেক্ষিততে আজি গোৱালপাৰা জিলাস্থিত শ্ৰীশ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত উপস্থিত হৈ ভক্তি অৰ্ঘ্য অৰ্পণ কৰোঁ ৷ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ আহ্বান ক্ৰমে আজিৰ এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷

এই কাৰ্যসূচীত মোৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদক শ্ৰীমতী টিনামনি দৈমাৰীকে প্ৰমুখ্য কৰি দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে ৷May be an image of one or more people and people standing

Blessed to virtually witness the dedication ceremony of Samadhi & the statue of one of the most celebrated philosopher of India, Adi Guru Shankaracharya, by HPM Shri. Narendra Modi Ji.

Offered my sincere prayers at Tukreswari Devalaya, Goalpara, and attended the program there.

Bharatiya Janata Party (BJP)